உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »OMG: ১ কেজি আমৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত ২.৭০ লাখ টকা...ভাৰতত থকা এই জাপানী আমৰ এখন বিশেষ বাগিছা চাও আহক...

    OMG: ১ কেজি আমৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত ২.৭০ লাখ টকা...ভাৰতত থকা এই জাপানী আমৰ এখন বিশেষ বাগিছা চাও আহক...

    দৰাচলতে, এই আমটো জাপানত আছে আৰু ইয়াক সূৰ্যৰ কণী (Egg Of Sun) বুলি কোৱা হয় কিয়নো ই সম্পূৰ্ণৰূপে পকিলে পাতল ৰঙা আৰু হালধীয়া হয়। ইয়াৰ ওজনো প্ৰায় ৯০০ গ্ৰাম। ইয়াত আঁহ নাথাকে আৰু সোৱাদত অতি মিঠা।