৩০ আগষ্ট, সোমবাৰে জন্মাষ্টমী। সোমবাৰে পুৱাৰ পৰাই তিথি আৰম্ভ হ'ব আৰু ৩১ আগষ্ট, মঙলবাৰে ৯ বাজি ৪৪ মিনিটত অন্ত পৰিব। কিন্তু অষ্টমী তিথি সোমবৰে নিশাই ১ বাজি ৫৯ মিনিটত শেষ হ'ব। ৰোহিনী নক্ষত্ৰ আৰম্ভ হ'ব পুৱা ৬ বাজি ৩৯ মিনিটৰ পৰা। পঞ্জিকা অনুযায়ী সোমবাৰ দিনৰ ১১ বাজি ৫৯ মিনিটৰ পৰা ১২ বাজি ৪৪ মিনিট পৰ্য়ন্ত আছে শুভ যোগ আৰু মঙ্গলবাৰ পুৱা ৯ বাজি ৪৪ মিনিটলৈ জন্মাষ্টমীৰ ব্রত পালন কৰিব পাৰিব।