Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


কেটৰিনা কাইফে নিজৰ অভিনয় আৰি সৌন্দৰ্যৰে মোহিত কৰিছে বলীউদক। এইবাৰ পৰ্দাত নতুন মাদকতা তুলিব কেটৰিনাৰ ভগ্নী ইছাবেল কাইফে। বলীউদত প্ৰথমখন ছবিৰ শ্বুটিং আৰম্ভ কৰিলে ইছাবেলে।
2/ 5


ইয়াৰ পূৰ্বে বহুবাৰ ইছাবেলক লৈ চৰ্চা হৈছে। ইছাবেলৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পৰা আৰম্ভ কৰি ছলমানৰ সৈতে থকা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ছলমানে সকলো সময়তে প্ৰশংসা কৰে ইছাবেলক।
4/ 5


ইছাবেলে কাম আৰম্ভ কৰিছে তেওঁৰ প্ৰথম ছলবি ‘সুস্বাগতম খুশামদীন’ৰ। এই ছবিখনত ইছাবেলৰ সৈতে নায়কৰ ভূমিকাত অৱতীৰ্ণ হৈছে পুলকিত সম্ৰাটক। ইতিমধ্যে এটা নাচৰ ছিকুৱেঞ্চ শ্বুট হৈ গৈছে।