உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »IPL 2021 Suspend হোৱাৰ পিছত ৰিয়ান পৰাগে ক'লে- 'খটম, টা-টা, বাই-বাই', যুৱতীয়ে ক'লে-'এইজন ৰিয়ানক চাবলৈ আমি ৰাজস্থানৰ খেল চাও'

    IPL 2021 Suspend হোৱাৰ পিছত ৰিয়ান পৰাগে ক'লে- 'খটম, টা-টা, বাই-বাই', যুৱতীয়ে ক'লে-'এইজন ৰিয়ানক চাবলৈ আমি ৰাজস্থানৰ খেল চাও'

    ipl 2021 suspended: আই পি এলৰ এই ছিজনত ৭ খন খেলৰ পিছত ৰাজস্থান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছিল। ৰাজস্থানে ৭ খন খেলৰ ৩ খনত জয়ী হৈছিল আৰু ৪ খনত পৰাজিত হৈছিল।