ফ্যেন নামৰ এজনে ৰাছেলৰ পত্নীক উদ্দেশ্যি মন্তব্য কৰিছে যে, “Jassym aunty please go to Dubai Russell is not in good form”- অৰ্থাত্, ‘জেছমি আণ্টি, প্লীজ ডুবাই যোৱা, ৰাছেলে একেবাৰে ভাল খেলিব পৰা নাই।’
4/ 7
প্ৰতিবাৰেই আই পি এলৰ সময়ত বহু ক্ৰিকেটাৰৰ পত্নী বা প্ৰেয়সীক আক্ৰমণৰ লক্ষ্য কৰি লয় বহুতে। কিন্তু এইবাৰ অত্যাধিক ৰূপত ক্ৰিকেটাৰ সকলৰ পত্নীক আক্ৰমণ কৰা দেখা গৈছে। বিভিন্নধৰণে ব্যক্তিগত আক্ৰমণ কৰাও পৰিলক্ষিত হৈছে।