Home » photogallery » lifestyle »Post office scheme: ১০ হাজাৰ টকা জমা কৰি লাভ কৰক ১৬ লাখ টকা, ডাকঘৰৰ আকৰ্ষণীয় স্কীম

Post office scheme: ১০ হাজাৰ টকা জমা কৰি লাভ কৰক ১৬ লাখ টকা, ডাকঘৰৰ আকৰ্ষণীয় স্কীম

এই স্কীমত মাহে ১০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰি। সৰ্বাধিক বিনিয়োগৰ কোনো লিমিট নাই। পোষ্ট অফিচ আৰ ডি ডিপোজিট একাউণ্টত সুতৰ  হাৰ অত্যন্ত ভাল।