আধুনিক লাইফষ্টাইলৰ এটা অন্যতম ডাঙৰ সমস্যা হ’ল পেটৰ বা কঁকালৰ চৰ্বি। দীৰ্ঘদিন ধৰি বহি বহি কাম কৰা ফলত, অথবা খোৱা–টোপনিৰ অনিয়ম, ন্যূনতম শাৰীৰিক কচৰৎ আদি নানা কাৰণত পেটৰ মেদ বৃদ্ধি পায়। আজি আন্তৰ্জাতিক যোগ দিৱসত জানি লওক ৬টা সহজ ব্যায়ামৰ বিষয়ে। যি নিয়মিত কৰিব পাৰিলে দূৰ হ’ব পেটৰ চৰ্বি।