Home » photogallery » lifestyle »Indian Railways: ৰে’লৰ ডবাত এই চিহ্ন লক্ষ্য কৰিছে নিশ্চয়! কিয় থাকে জানেনে?

Indian Railways: ৰে’লৰ ডবাত এই চিহ্ন লক্ষ্য কৰিছে নিশ্চয়! কিয় থাকে জানেনে?

Indian Railways: এই ষ্ট্ৰাইপবোৰ বহু সময়ত ৰে’লত নিজৰ ডবা বিচাৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বহু সময়ত ভিৰ ৰে’লত কোনটো কি ডবা সেয়া বুজা নাযায়। এই ষ্ট্ৰাইপবোৰ থাকিলে সেয়া চাই সহজে ডবা চিনাক্ত কৰিব পাৰি।