বেচেলৰ, কিন্তু ছিংগল নহয়। ভাৰতীয় দলৰ এই ক্ৰিকেটাৰসকলৰ বিষয়ে এইটোৱেই ক'ব পাৰি। তাৰে এজন ঋষভ পন্ত। সফলতা জেট গতিত আহিছে। একে সময়তে প্ৰেমেও গতি লাভ কৰিছে। পন্তে যোৱা কেইবছৰমান ধৰি ইণ্টেৰিয়ৰ ডিজাইনাৰ ঈশা নেগী (Isha Negi)ৰ সৈতে ডেটিং কৰি আছে। ঋষভে ইনষ্টাগ্ৰামত একেলগে উঠা ফটো শ্বেয়াৰ কৰিছিল।