Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 8


ছেক্স ৰেকেটত জৰিত থকাৰ অভিযোগ গ্ৰেপ্তাৰ হৈছিল একাধিক ভাৰতীয় অভিনেত্ৰী। এই ৭গৰাকী ভাৰতীয় অভিনেত্ৰীৰ বিৰুদ্ধে দেহ ব্যৱসায়ত জৰিত থকাৰ অভিযোগ।
2/ 8


কেইবাখনো কানাড়া ছবিত অভিনয় কৰিছে যমুনাই। ২০১১ বৰ্ষত ছেক্স ৰেকেটত জৰিত থকাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰে বেংগালুৰুৰ আৰক্ষীয়ে।
3/ 8


চায়ৰা বানু-- দাক্ষিণাত্যৰ একাধিক ছবিৰ জনপ্ৰিয় অভিনেত্ৰী চায়ৰা বানু। ২০১০ বৰ্ষত হায়দৰাবাদত এক আৰক্ষীৰ অভিযানত তেওঁক আটক কৰা হয়।
7/ 8


চার্লিন চোপ্ৰা--২বছৰ পূৰ্বে নিজৰ টুইটাৰত চাৰ্লিনে জনাইছিল টকাৰ বিনিময়ত তেওঁ যৌনতামূলক কাম–কাজত লিপ্ত হৈছিল।