Home » photogallery » lifestyle »Ind vs Eng: বিজয়ৰ পিছতে বিৰাট কোহলিৰ আনন্দ-উল্লাসৰ ফটো ভাইৰেল, প্ৰথমবাৰলৈ এনেদৰে উল্লাসিত দেখা গ'ল বিৰাটক

Ind vs Eng: বিজয়ৰ পিছতে বিৰাট কোহলিৰ আনন্দ-উল্লাসৰ ফটো ভাইৰেল, প্ৰথমবাৰলৈ এনেদৰে উল্লাসিত দেখা গ'ল বিৰাটক

India vs England: খেলখনত ভাৰতে প্ৰথম ইনিংছত ১৯১ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাইছিল। ইয়াৰ পিছত ইংলেণ্ডে ২৯০ ৰাণ সংগ্ৰহ কৰি ৯৯ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল।ইমানৰ পিছতো বিৰাট কোহলি (Virat Kohli)ৰ দলে স্মৰণীয় বিজয় সাব্যস্ত কৰিছিল।

  • |