Home » photogallery » lifestyle »Ind vs Eng: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ ওপৰত Tweet কৰি ট্ৰোলৰ সন্মুখীন ৰিয়ান পৰাগ ! এনেকুৱা কি লিখিলে ৰিয়ান পৰাগে ?

Ind vs Eng: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ ওপৰত Tweet কৰি ট্ৰোলৰ সন্মুখীন ৰিয়ান পৰাগ ! এনেকুৱা কি লিখিলে ৰিয়ান পৰাগে ?

India vs England: ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন খেলত কোহলীয়ে কোনো ৰান নকৰাকৈ বিদায় লৈছিল। তেওঁ দ্বিতীয় খন খেলৰ প্ৰথম ইনিংছত মাত্ৰ ৪২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।