বিৰাট কোহলীৰ নেতৃত্বত ইশান্ত শৰ্মা, কে এ ৰাহুল, ৰোহিত শৰ্মাৰে গঠিত টীম ইণ্ডিয়াই বৰ্তমান ইংলেণ্ড ভ্ৰমণত আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত অহা মাহত ৫খন টেষ্ট মেচৰ ছিৰিজ অনুষ্ঠিত হ’ব। এই ছিৰিজৰ বাবে টীম ইণ্ডিয়াই প্ৰস্তুতি আৰম্ভ কৰিছে। (pc: pratima singh instagram )