Home » photogallery » lifestyle »IND VS ENG: মহম্মদ ছামীয়ে অভেল টেষ্টত উদযাপন কৰিলে জন্মদিন, দৰ্শকৰ আসনত থকা অনুৰাগীৰ সৈতে কাটিলে কেক...

IND VS ENG: মহম্মদ ছামীয়ে অভেল টেষ্টত উদযাপন কৰিলে জন্মদিন, দৰ্শকৰ আসনত থকা অনুৰাগীৰ সৈতে কাটিলে কেক...

India vs England, 4th Test: শুক্ৰবাৰে ৩১ বছৰীয়া হ'ল মহম্মদ ছামী (Mohammed Shami Birthday) । ইংলেণ্ড ভ্ৰমণত খেলি থকা মহম্মদ ছামীৰ জন্মদিন অনুৰাগীসকলে স্মৰণীয় কৰি তুলিছে। অনুৰাগীসকলে অভেল টেষ্টৰ সময়ত মহম্মদ ছামীৰ হাতেৰে এটা কেক কাটে।