ক্ৰিকেটাৰ দীপক চাহাৰ (Deepak Chahar) আৰু ৰাহুল চাহাৰৰ (Rahul Chahar) ভগ্নী মালতী চাহাৰ (Malti Chahar) পেছাত অভিনেত্ৰী আৰু মডেল৷ তেওঁ বাৰে বাৰে তেওঁৰ সৌন্দৰ্যৰে ছ'চিয়েল মিডিয়াত ধুমুহা তুলিছিল৷ তেওঁ ডোৱেইন ব্ৰেভোৰ সৈতে জনপ্ৰিয় গান 'ৰান দ্য ৱৰ্ল্ড'ত অভিনয় কৰিছিল৷ বৰ্তমান ইনষ্টাগ্ৰামত ৬ লাখতকৈও অধিক অনুসৰণকাৰী আছে তেওঁৰ। (ছবি সৌজন্যঃ ইনষ্টাগ্ৰাম)
টীম ইণ্ডিয়া (Team India)ৰ টেষ্ট অধিনায়ক বিৰাট কোহলি (Virat Kohli)ৰ ভগ্নী ভাবনা কোহলিয়ে (Bhawna Kohli) দিল্লীৰ হংসৰাজ মডেল স্কুল আৰু দৌলত ৰাম মহাবিদ্যালয়ত অধ্যয়ন কৰিছে৷ ভাবনা সঞ্জয় ধিংৰাৰ (Sanjay Dhingra)ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে৷ ভাবনা আৰু আয়ুষ তেওঁলোকৰ দুই সন্তান। ইনষ্টাগ্ৰামত তেওঁৰ ১,২১,০০০ তকৈও অধিক অনুসৰণকাৰী আছে৷
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ (Rohit Sharma) পত্নী ঋত্বিকা সচদেহ (Ritika Sajdeh) হৈছে প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ (Yuvraj Singh) সম্পৰ্কীয় ভাই৷ বহুতে ভাবে যে যুৱৰাজে ইনষ্টাগ্ৰামত ৰোহিত আৰু ঋত্বিকাক পৰিচয় কৰাই দিছিল৷ ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় ছবি ইনষ্টাগ্ৰামত ৰিতিকাৰ ২.১ মিলিয়ন অনুসৰণকাৰী আছে৷