Home » photogallery » lifestyle »IND vs SL: T-20 বিশ্বকাপত দলত স্থান পাবলৈ এই ৭গৰাকী খেলুৱৈৰ সন্মুখত সুন্দৰ সুযোগ... দৃষ্টি নিবদ্ধ থাকিব নিৰ্বাচকৰ !

IND vs SL: T-20 বিশ্বকাপত দলত স্থান পাবলৈ এই ৭গৰাকী খেলুৱৈৰ সন্মুখত সুন্দৰ সুযোগ... দৃষ্টি নিবদ্ধ থাকিব নিৰ্বাচকৰ !

IND vs SL: শ্ৰীলংকা ভ্ৰমণতে পৰীক্ষা হ'ব বহুকেইগৰাকী ভাৰতীয় খেলুৱৈৰ। কেইবাজনো খেলুৱৈৰ এই শৃংখলাৰ প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰিব টি টুৱেণ্টী বিশ্বকাপত দলত স্থান পোৱাৰ সুযোগ।

শেহতীয়া বাতৰি