লৰ্ডছৰ এই ঐতিহাসিক বেলকনিখনৰ এখন ছবি আজিও প্ৰত্যেকজন ভাৰতীয়ৰ মনত সজীৱ হৈ আছে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী (Sourav Ganguly, Former Indian Captain)য়ে ইংলেণ্ডৰ মাটিত ভাৰতীয় দলৰ বিজয়ত উল্লাসিত হৈ এনেদৰে বিজয়োল্লাস প্ৰকাশ কৰিছিল। সম্পূৰ্ণ ক্ৰিকেট জগতে সেই বেলকনিত সাংঘাটিক খ্যাতিৰ সাক্ষী হৈ ৰ'ল।