உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »IND vs ENG: KL Rahul: ইংলেণ্ডৰ দৰ্শকৰ অসভ্যালি! কে এল ৰাহুলৰ গালৈ দলিয়ালে বিয়েৰৰ বটলৰ ঢাকনি

    IND vs ENG: KL Rahul: ইংলেণ্ডৰ দৰ্শকৰ অসভ্যালি! কে এল ৰাহুলৰ গালৈ দলিয়ালে বিয়েৰৰ বটলৰ ঢাকনি

    ইয়াৰ পূৰ্বে বিৰাট কোহলী, মহম্মদ ছিৰাজৰ দৰে ক্ৰিকেটাৰসকলো বিদেশৰ মাটিত খেলিবলৈ যোৱাৰ সময়ত দৰ্শকৰ অভৱ্য আচৰণৰ সন্মুখীন হৈছে।