உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »75th Independence Day: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ত্ৰিৰংগাৰ ৰঙেৰে আলোকিত দেশৰ বিখ্যাত অট্টালিকাসমূহ...

    75th Independence Day: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ত্ৰিৰংগাৰ ৰঙেৰে আলোকিত দেশৰ বিখ্যাত অট্টালিকাসমূহ...

    India Illuminated in Tricolour on Eve of 75th Independence Day: দিল্লীৰ ৰাইচিনা পাহাৰৰ পৰা চত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাসলৈকে, ভাৰতৰ 75 তম স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ঐতিহাসিক অট্টালিকাবোৰ ত্ৰিৰংগাৰে আলোকিত কৰা হৈছে।