খেজুৰ অত্যন্ত সোৱাদযুক্ত আৰু ৰুচিশীল এটা ফল যিটো ফ্ৰুকটোজ আৰু গ্লাইছেমিক সমৃদ্ধ। খেজৰুত আছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা। খেজুৰে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে। খেজুৰ চেনিৰ বিকল্প হ’ব পাৰে। ইয়াত আছে উপকাৰী তেল, কেলচিয়াম, ছালফাৰ, আইৰন, পটাছিয়াম, ফছফৰাছ, কপাৰ আৰু নানা খনিজ। আছে উপকাৰী ভিটামিন।