বিবাহ জীৱনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাৰণ এইক্ষেত্ৰত এজন মানুহৰ সৈতে গোটেই জীৱন থকাৰ সিদ্ধান্ত লওঁ আমি। এইক্ষেত্ৰত সেই মানুহজন আমাৰ বাবে সঠিক হয়নে নহয়, সেয়া বুজি সিদ্ধান্ত লওঁতো সময় লাগে। এটা বয়সৰ পিছত অভিভাৱকসকলে বিয়াৰ বাবে চাপ দিবলৈ আৰম্ভ কৰে। ল’ৰাৰ দৰে ছোৱালীয়েও এই সমস্যাৰ মুখামুখি হ’বলগীয়া হয়।