Home » photogallery » lifestyle »মূৰত চুলি সৰাৰ সমস্যা বহু দূৰত থাকিব, ক'লা ৰঙৰ ডাঠ চুলিৰ ৰহস্য হৈছে এটুকুৰা পিঁয়াজ !

মূৰত চুলি সৰাৰ সমস্যা বহু দূৰত থাকিব, ক'লা ৰঙৰ ডাঠ চুলিৰ ৰহস্য হৈছে এটুকুৰা পিঁয়াজ !

Hair care tips: দীঘল, ডাঠ আৰু শক্তিশালী চুলি সকলোৰে পছন্দ, কিন্তু এহেজাৰ চুলিৰ যত্ন লোৱাৰ পাছতো, কিছুমান লোকৰ চুলি সৰি পৰে আৰু লাহে লাহে চুলি পাতল হৈ পৰে। যদি আপুনি চুলি সৰা পৰিহাৰ কৰিব বিচাৰে, পিয়াঁজে আপোনাৰ সমস্যা আঁতৰ কৰিব।

শেহতীয়া বাতৰি