Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


বহুতেই গোটেই মাহটোৰ বাবে একেবাৰতে বজাৰ কৰি ৰাখে। ঘৰত যাতে চাউলৰ অভাৱ নহয়, তাৰ বাবে বেছি পৰিমাণে চাউলো আনি ৰাখে। কিন্তু সমস্যা তাতেই হয়। চাউলত পোকে ধৰিলে এটা এটা আঁতৰ কৰাটো বিৰক্তিকৰ কাম। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? কিদৰে ৰক্ষা পাব এই সমস্যাৰ পৰা?
4/ 5


চাউলত পোকে ধৰিলে নিমপাত দিয়ক। নিমপাতৰ পৰিৱৰ্তে তেজপাতো ব্যৱহাৰ কৰিব পাৰে। দেখিব চাউলৰ পোক নোহোৱা হৈছে। আগতেই দি থ’লে পোকে নধৰে।