Home » photogallery » lifestyle »LPG Gas Saving Tips: চিলিণ্ডাৰৰ যিহে চৰা দাম, মধ্যবিত্তৰ চলাই টান ! এই সহজ পথটো গ্ৰহণ কৰিলে গেছৰ ব্যয় হ্ৰাস হ'ব...

LPG Gas Saving Tips: চিলিণ্ডাৰৰ যিহে চৰা দাম, মধ্যবিত্তৰ চলাই টান ! এই সহজ পথটো গ্ৰহণ কৰিলে গেছৰ ব্যয় হ্ৰাস হ'ব...

যিকোনো ক্ষেত্ৰত, এলপিজি গেছ (Liquefied Petroleum Gas) সঞ্চয় কৰাটো কেৱল মহিলাৰ দায়িত্ব নহয়। ইয়াৰ বাবে পৰিয়ালৰ সকলো সদস্য, কিশোৰ সন্তান আৰু স্বামীৰ সহযোগিতাৰ প্ৰয়োজন।