Home » photogallery » lifestyle »Healthy Lifestyle: আপুনি কেঁচা পাচলিবোৰ এনেদৰে ফ্ৰীজত ৰাখিছে নেকি ? জানক ফ্ৰীজত কি কেনেকৈ ৰাখিব ?

Healthy Lifestyle: আপুনি কেঁচা পাচলিবোৰ এনেদৰে ফ্ৰীজত ৰাখিছে নেকি ? জানক ফ্ৰীজত কি কেনেকৈ ৰাখিব ?

Healthy Lifestyle|| দি আপুনি আলুবোৰ দীঘলীয়া সময়ৰ বাবে ফ্ৰিজত ৰাখিব বিচাৰে, তেন্তে সেইবোৰ পিঁয়াজৰ পৰা পৃথক ৰাখিব। আলু পিঁয়াজ, দুয়োটাই ইথিলিন নামৰ এক প্ৰকাৰৰ গেছ প্ৰস্তুত কৰে, যি সোনকালে পচি যায়।