Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 5


আপুনি সফল? তেন্তে নিশ্চিত থাকক আপোনাৰ সফলতাক ঈৰ্ষা কৰাৰ লোকৰ অভাৱ নাই চৌদিশে। কিন্তু কিদৰে চিনি পাব সেইসকলক? আন্তৰ্জাতিক ৱেবচাইট দ্যা মাইণ্ডছ জাৰ্নেলে জনাইছে এই বিষয়ে।
2/ 5


কোনোৱে যদি আপোনাক হুবহু নকল কৰিছে., তেন্তে সেয়া হ’ল হিংসাৰ প্ৰথম লক্ষণ। অৰ্থাত্ সেই ব্যক্তিয়ে আপোনাৰ গুণক হিংসা কৰে আৰু আপোনাৰ দৰে হ’বলৈ আপোনাৰ কাষলৈ চাপি যায়।
3/ 5


অত্যাধিক প্ৰশংসা কৰিলেও হিংসা কৰাৰ অৱকাশ থাকে। আপোনাক যিয়ে সন্তুষ্ট কৰিবলৈ একেৰাহে চেষ্টা কৰে, তেওঁৰ মনতো গোপন ঈৰ্ষা ভাব থাকে।
4/ 5


যি আপোনাক হিংসা কৰিব, তেওঁ আপোনাৰ সফলতাক উপলুঙা কৰিব। সদায় ভুল ধৰিব, আপোনাক অপ্ৰস্তুত কৰিবলৈ চাব।