নহৰু। নহৰুৱে ৰন্ধনত এক বেলেগ সোৱাদ আনি দিয়ে। সেয়া মাংস বা মাছ হওক, নহৰু কিন্তু লাগিবই। নহৰুৱে সোৱাদ বৃদ্ধি কৰে আৰু স্বাস্থ্যৰ বাবেও ই ভাল। কিন্তু অসুবিধাটো হ'ল নহৰু বাকলি উলিওৱা। নহৰু এটা বাকলি উলিওৱাৰ সময়ত ভাব হয় ইয়াক নিদিলে নহয়নে? কিন্তু এটা সহজ পদ্ধতিৰে এই সমস্যা সমাধান কৰিব পাৰি। (photo source collected)