তৰলেৰে ভৰা পেকেট : বহুতেই দেখা পাব যে মুৰ্গীৰ মাংস বা আন মাংসৰ পেকেটত কিছু তৰল থাকে! সেইক্ষেত্ৰত যদি মাংগ গুলপীয়া হয় আৰু বেছি তৰল নাথাকে তেন্তে ভাল বুলিয়ে নিশ্চিত হোৱা যায়। আচলতে পেকেট কৰা মাংসত অতিৰিক্ত তৰল থকা মানে মাংসটো ৱাটাৰ প্ৰছেছড কৰা হৈছে। তেনেক্ষেত্ৰত সেয়া কিমান তাজা সেয়া সন্দেহৰ আৱৰ্তত থাকে। (প্ৰতীকী ফটো)