Home » photogallery » lifestyle »World Heart Day: আপোনাৰ হৃদয়ৰ যত্ন ল'বলৈ এই পৰামৰ্শবোৰ অনুসৰণ কৰক...

World Heart Day: আপোনাৰ হৃদয়ৰ যত্ন ল'বলৈ এই পৰামৰ্শবোৰ অনুসৰণ কৰক...

World Heart Day: হৃদযন্ত্ৰৰ (Heart) যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। এনে নকৰিলে, উচ্চ কলেষ্টেৰল, হৃদ আক্ৰমণ বা ষ্ট্ৰোকৰ দৰে সমস্যাৰ (Risk) আশংকা থাকে।