Home » photogallery » lifestyle »World Mosquito Day : কিছুমান লোকক মহে কিয় বেছিকৈ কামুৰিবলৈ চেষ্টা কৰে ? কি Blood Groupৰ লোকক বেছিকৈ Target কৰে মহে ?

World Mosquito Day : কিছুমান লোকক মহে কিয় বেছিকৈ কামুৰিবলৈ চেষ্টা কৰে ? কি Blood Groupৰ লোকক বেছিকৈ Target কৰে মহে ?

World Mosquito day: যিসকল লোকৰ শৰীৰে লেকটিক এচিডৰ দৰে অধিক ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰে, মহে তেওঁলোকক অধিক চিকাৰ কৰে। বৈজ্ঞানিক পৰীক্ষা অনুসৰি, O Blood Groupৰ লোকসকল ইয়াৰ অধিক চিকাৰ হয়।