নিনিউট্ৰিছনিষ্ট ত্যাগীৰ মতে, পুৱা শৰীৰৰ গুৰুত্বপূৰ্ণ উপাদান কৰ্টিছলৰ মাত্ৰা আটাইতকৈ বেছি থাকে। এই বিশেষ হৰমনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, সতেজ হৈ থকা, মেটাবলিজমসহ একাধিক প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে। আৰু এই সময়ত শৰীৰত কেফেইন পৰিলে কৰ্টিছলৰ উৎপাদন ব্যাহত হয়। ইয়াৰ ফলত শৰীৰত নানা সমস্যাই দেখা দিব পাৰে।