ভাৰতীয় ৰন্ধন প্ৰণালীত আলু অত্যাৱশ্যকীয়৷ আলুত আইৰণ, জিংক, আঁহ, ফছফৰাছ, পটাছিয়াম, বি কমপ্লেক্স আৰু ভিটামিন চি আদি উপাদান থাকে৷ এই উপাদানবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ অত্যাধিক ওজনৰ সমস্যাৰ বাবে আলু প্ৰায়ে বিপদৰ সৃষ্টি কৰে৷ সমস্যা পৰিহাৰ কৰিবলৈ আহাৰত Roasted আলু বা পোৰা আলু ৰাখক৷