Home » photogallery » lifestyle »Roasted Potato : অতিৰিক্ত ওজন হ্ৰাস কৰাৰ পৰা হৃদৰোগ নিয়ন্ত্ৰণলৈকে, Roasted আলু বা পোৰা আলু আহাৰত ৰাখিলে হয় বহু উপকাৰ...

Roasted Potato : অতিৰিক্ত ওজন হ্ৰাস কৰাৰ পৰা হৃদৰোগ নিয়ন্ত্ৰণলৈকে, Roasted আলু বা পোৰা আলু আহাৰত ৰাখিলে হয় বহু উপকাৰ...

অত্যাধিক ওজনৰ সমস্যাৰ বাবে আলু প্ৰায়ে বিপদৰ সৃষ্টি কৰে। সমস্যা পৰিহাৰ কৰিবলৈ ৰোষ্টেড আলু (Roasted Potato) বা পোৰা আলু আহাৰত ৰাখিব।