Home » photogallery » lifestyle »Health and Lifestyle : গৱেষকসকলৰ দাবী- চীনাবাদামে হৃদৰোগৰ আশংকা হ্ৰাস কৰে, কিমান খাব লাগে জানোঁ আহক...

Health and Lifestyle : গৱেষকসকলৰ দাবী- চীনাবাদামে হৃদৰোগৰ আশংকা হ্ৰাস কৰে, কিমান খাব লাগে জানোঁ আহক...

Health and Lifestyle : জাপানৰ ওচাকা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে শেহতীয়া গৱেষণাত দাবী কৰিছে যে চিনাবাদাম (peanuts) খোৱা এছিয়ানসকলৰ হৃদৰোগ (Heart Disease) হোৱাৰ আশংকা কম।