দীৰ্ঘসময় ধৰি খালী পেটে থকা, পেট্ৰ’ল–ডিজেলৰ গোন্ধ বা পাহাৰীয়া অকোৱা–পকোৱা পথেৰে যাত্ৰা কৰিলে বমি ভাৱ হয় বহু লোকৰ। ইয়াৰ উপৰি অন্তঃসত্ত্বা অৱস্থাসহ বিভিন্ন অৱস্থাত বমি বমি ভাৱ হয় বহুতৰে। বহুতে ঔষধ খায় যদিও কামত নাহে। ঔষধৰ সলনি ব্যৱহাৰ কৰিব পাৰে কিছুমান ঘৰুৱা উপায়।