Home » photogallery » lifestyle »Baby Health: কেঁচুৱাৰ পৰিকল্পনাত কেৱল মাকেই নহয়, দেউতাকৰ সঠিক আহাৰো গুৰুত্বপূৰ্ণ ! পিতৃৰ আহাৰৰ ওপৰতো নিৰ্ভৰ কৰে শিশুৰ বিকাশ ...

Baby Health: কেঁচুৱাৰ পৰিকল্পনাত কেৱল মাকেই নহয়, দেউতাকৰ সঠিক আহাৰো গুৰুত্বপূৰ্ণ ! পিতৃৰ আহাৰৰ ওপৰতো নিৰ্ভৰ কৰে শিশুৰ বিকাশ ...

Dad To Be Diet: যেতিয়া শিশু (Baby) এটাৰ পৰিকল্পনাৰ কথা আহে, মহিলাসকলক (Woman) প্ৰথমে তেওঁলোকৰ আহাৰৰ (Food) প্ৰতি বিশেষ মনোযোগ দিবলৈ কোৱা হয়, কিন্তু আপুনি জানেনে যে মহিলাৰ লগতে পুৰুষসকলেও তেওঁলোকৰ আহাৰৰ প্ৰতি বিশেষ মনোযোগ দিব লাগিব যাতে আপোনাৰ ভৱিষ্যতৰ সন্তান (New Born Baby)স্বাস্থ্যৱান (Healthy)আৰু সুস্থ হয় !