Home » photogallery » lifestyle »Garlic Tea : নহৰুৰ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি, এবাৰ নহৰু চাহ বনাই খাওক! মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, একাধিক সমস্যাত উপকাৰী নহৰু চাহ।

Garlic Tea : নহৰুৰ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি, এবাৰ নহৰু চাহ বনাই খাওক! মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগ, একাধিক সমস্যাত উপকাৰী নহৰু চাহ।

আদা চাহ (Ginger Tea)ৰ দৰেই নহৰুৰ চাহ (Garlic Tea)ও শৰীৰৰ বাবে খুব উপকাৰী। এই চাহে কেইবাটাও মাৰাত্মক ৰোগৰ উপশম কৰাত সহায় কৰে।