Home » photogallery » lifestyle »Life Saving Coffee: দৈনিক কফি ৩ কাপ, দূৰতে বিদূৰ হ'ব হৃদৰোগ, ১৭ শতাংশলৈ কমিব হৃদৰোগৰ আশংকা আৰু জানক কফিৰ জীৱন দায়িনী গুণ

Life Saving Coffee: দৈনিক কফি ৩ কাপ, দূৰতে বিদূৰ হ'ব হৃদৰোগ, ১৭ শতাংশলৈ কমিব হৃদৰোগৰ আশংকা আৰু জানক কফিৰ জীৱন দায়িনী গুণ

শেহতীয়া গৱেষণাত এই দাবী কৰিছে যে দৈনিক ৩ কাপলৈ কফি (Coffee) পান কৰিলে মৃত্যুৰ আশংকা ১২ শতাংশ হ্ৰাস পায়, হৃদৰোগ (Heart Diseasesৰ আশংকা ১৭ শতাংশ আৰু ষ্ট্ৰোক (Stroke)ৰ আশংকা ২১ শতাংশ হ্ৰাস পায়।