মুখ্যপৃষ্ঠা »
ফটো » জীৱন শৈলী» Coconut : নাৰিকল আৰু ইয়াৰ পানীয়ে দূৰ কৰিব পাৰে বিভিন্ন শাৰীৰিক সমস্যা
Coconut : নাৰিকল আৰু ইয়াৰ পানীয়ে দূৰ কৰিব পাৰে বিভিন্ন শাৰীৰিক সমস্যা
নাৰিকলৰ পানী পেটৰ বিভিন্ন সমস্যাৰ বাবে উপকাৰী। আৰু ডাবৰ পানী গ্ৰীষ্মকালত প্ৰাকৃতিক পানীয় হিচাপে অতি জনপ্ৰিয়।
News18 Assam | News18 Assam | August 24, 2021, 5:18 PM IST
1/ 6
নাৰিকলৰ আমাৰ সকলোৰে প্ৰিয়। খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে নাৰিকলৰ পুষ্টিগত গুণো অনেক।
2/ 6
প্ৰটিন, মেংগানিজ আৰু কপাৰসমৃদ্ধ নাৰিকল ডায়েটত থাকিলে বডী মেকানিজিম ঠিকে থাকে।
3/ 6
নাৰিকলৰ পানীও গ্ৰীষ্মকালত উপকাৰী পানীয়। ডাবৰ পানী চৰবট বা আন পানীয়তো উপকৰণৰ হিচাপে ব্যৱহাৰ কৰা হয়।
4/ 6
পুৱা উঠাৰ পিছত টোপনি ভাৱ দূৰ কৰিবলৈ নাৰিকলৰ পানী কাৰ্যকৰী। নাৰিকলৰ পানীৰ ইলেকট্ৰ’লাইট আৰু এণ্টিঅক্সিডেণ্ট শৰীৰৰ বাবে উপকাৰী।
5/ 6
প্ৰাকৃতিক ট’নাৰ হিচাপে নাৰিকলৰ পানী অন্যতম। পানীয় হিচাপে পান কৰাৰ উপৰি এই পানী সামান্য পৰিমাণে মিহলি কৰিব পাৰি ফেচপেকত। নাৰিকলৰ ছাইটোকাইনিন উপাদান ছালত বয়সৰ চাপ দূৰ কৰে। আনহাতে, ব্যঞ্জনৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয় নাৰিকলৰ গাখীৰ।
6/ 6
নাৰিকলৰ পানী পেটৰ বিভিন্ন সমস্যাৰ বাবে উপকাৰী। আৰু ডাবৰ পানী গ্ৰীষ্মকালত প্ৰাকৃতিক পানীয় হিচাপে অতি জনপ্ৰিয়। ভাৰতীয় লোক সংস্কৃতিত ডাব আৰু নাৰিকল, দুয়োটাৰে স্থান গুৰুত্বপূৰ্ণ।