Home » photogallery » lifestyle »শৌচৰ ৰঙেই কৈ দিব আপোনাৰ শৰীৰত নজনাকৈ ঘৰ কৰিছে নে কি এনে মাৰাত্মক ৰোগে!

শৌচৰ ৰঙেই কৈ দিব আপোনাৰ শৰীৰত নজনাকৈ ঘৰ কৰিছে নে কি এনে মাৰাত্মক ৰোগে!

বিজ্ঞানীসকলৰ মতে দৈনিক শৌচ কৰাৰ পিছত অন্ততঃ এবাৰ শৌচৰ ৰং নিজে পৰীক্ষা কৰক। নহ’লে অজানিতে আপুনি মাৰাত্মক ৰোগৰ বলি হ’ব। চিকিৎসাৰ ক্ষেত্ৰতো দেৰী হৈ যোৱাৰ আশংকা থাকে।