বহু মহিলা আছে, যি genitalপাৰ্টত পাউদাৰ লগাই। বহুতৰে ধাৰণা যে, পাউদাৰে কোনো সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও শৰীৰৰ দুৰ্গন্ধ দূৰ কৰে। কিন্তু ই একেবাৰেই ভূল ধাৰণা। সংক্ৰমণ ৰোধত পাউদাৰৰ কোনো ভূমিকা নাই। বৰঞ্চ দেখা গৈছে যে, যিসকল মহিলাই গোপন অংগত পাউদাৰ ব্যৱহাৰ কৰে, তাৰে ৪৪ শতাংশ মহিলা অভেৰিয়ান কেন্সাৰত আক্ৰান্ত হয়।