Home » photogallery » lifestyle »৪০ বছৰীয়া ধোনীয়ে IPLৰ আগতে ওজন হ্ৰাস কৰি সকলোকে হতবাক কৰে, Slim আৰু ফিট মাহীৰ শেহতীয়া ছবি চাওক...

৪০ বছৰীয়া ধোনীয়ে IPLৰ আগতে ওজন হ্ৰাস কৰি সকলোকে হতবাক কৰে, Slim আৰু ফিট মাহীৰ শেহতীয়া ছবি চাওক...

IPL 2021 চেন্নাই চুপাৰ কিংছ (Chennai Super Kings)ৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে (MS Dhoni) প্ৰতিযোগিতাখনৰ দ্বিতীয় পৰ্যায়ৰ আগতে ওজন হ্ৰাস কৰিছে। চিএছকেৰ অধিনায়ক ধোনীয়ে অলপতে তেওঁৰ ৪০ তম জন্মদিন উদযাপন কৰিছিল।