নুডুলছত থাকে ফেটি এচিড বা ট্ৰান্স ফেট। চেনী, বিভিন্ন ৰসায়নিক দ্ৰব্য, চেনীৰ চিৰাপ, কিটনাশক, গোন্ধবৰ্ধনকাৰী উপাদানৰ ব্যৱহাৰ কৰা হয়। যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। লগতে থাকে MSG। ইয়াক সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়। এম এছ জি খালে ওজন বাঢ়ে. ৰক্তচাপ বৃদ্ধি পায়, মূৰৰ বিষ আৰু নাকৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে।