গৱেষকসকলৰ মতে, কলপাতৰ ৰসৰ বহুতো উপকাৰীতা আছে। যি খাদ্যৰ সৈতে মানুহৰ শৰীৰত প্ৰৱেশ কৰি কোনো অতিৰিক্ত কষ্ট নকৰাকৈ শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। উদাহৰণস্বৰূপে কলৰ ৰসত চাইট্ৰিক এচিড, কেলচিয়াম, ভিটামিন-এ, ভিটামিন-চি আৰু টেনিন থাকে। ইয়াৰ ৰসে শৰীৰত টনিক হিচাপে কাম কৰে। কিন্তু কলপাতৰ ৰস পৃথকে উলিয়াব নালাগে। খাদ্য কেৱল কলপাততহে খাব লাগে। photo source collected