Home » photogallery » lifestyle »Banana Leaf : অসমৰ সমাজ জীৱনৰ পৰা হেৰাই যোৱা কলপাত সংস্কৃতি পুনৰ জীয়াই তুলিব নোৱাৰিনে, কলপাতত খোৱাৰ আছে কিমান যে গুণ

Banana Leaf : অসমৰ সমাজ জীৱনৰ পৰা হেৰাই যোৱা কলপাত সংস্কৃতি পুনৰ জীয়াই তুলিব নোৱাৰিনে, কলপাতত খোৱাৰ আছে কিমান যে গুণ

আয়ুৰ্বেদ শাস্ত্ৰত কলপাতত (Banana Leaf) খোৱাৰ একাধিক গুণৰ উল্লেখ আছে৷ কিন্তু বিভিন্ন কাৰণত কলপাত অসমৰ সমাজ জীৱনৰ পৰা এলাগী হৈ পৰিছে।