Home » photogallery » lifestyle »Happy Birthday Ben Stokes: কেতিয়াবা Banned Ben, কেতিয়াবা আকৌ ৰঙাঘৰত ! তাৰ পিছতো বেন ষ্টোকছ কেনেকৈ হৈ পৰিল এজন মহান অলৰাউণ্ডাৰ ?

Happy Birthday Ben Stokes: কেতিয়াবা Banned Ben, কেতিয়াবা আকৌ ৰঙাঘৰত ! তাৰ পিছতো বেন ষ্টোকছ কেনেকৈ হৈ পৰিল এজন মহান অলৰাউণ্ডাৰ ?

Happy Birthday Ben Stokes: ষ্টোকছে ৭১খন টেষ্টত ১০টা শতকেৰে ৪৬৩১ ৰান আৰু ১৬৩ উইকেট দখল কৰিছে। ৯৮ খন এদিনীয়াত ২৮১৭ ৰান আৰু ৭৪ টা উইকেট নিজৰ নাম কৰিছে। টি টুৱেণ্টীটো ৩৪খন মেচত ৪৪২ ৰান কৰাৰ লগতে ১৯টা উইকেট দখল কৰিছে। 

শেহতীয়া বাতৰি