Home » photogallery » lifestyle »আকৌ বাঢ়িল DA ! একাংশ চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ ১২ শতাংশ পৰ্যন্ত বৃদ্ধি

আকৌ বাঢ়িল DA ! একাংশ চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ ১২ শতাংশ পৰ্যন্ত বৃদ্ধি

বিত্ত মন্ত্ৰালয়ৰ মতে (Finance Ministry) কেন্দ্ৰ চৰকাৰ আৰু কেন্দ্ৰীয় স্বায়ত্বশাসিত নিকায়সমূহত পঞ্চম–ষষ্ঠ দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি দৰমহা পোৱা কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (DA Hike) বেচিক দৰমহাৰ ১৮৯ শতাংশৰ পৰা বঢ়াই ১৯৬ শতাংশ কৰা হৈছে। এই বৃদ্ধি ১৫ জুলাই, ২০২১ৰ পৰা বলৱৎ হ’ব।

  • |

শেহতীয়া বাতৰি