সোণ ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? আছে ভালখবৰ! যোৱা চাৰি বছৰৰ ভিতৰত সোণৰ মূল্য আটাইতকৈ সস্তা৷ মাল্টি-কমোডেটি এক্সচেঞ্জত ১০ গ্ৰাম সোণৰ মূল্য ৪৬,০০০ টকা হৈছে, যি যোৱা চাৰি মাহত সৰ্বনিম্ন৷ যোৱা ৩ দিনত সোণৰ মূল্য প্ৰায় ১.৩ শতাংশ হ্ৰাস পাইছে৷ ৰূপৰ মূল্য ১.৫ শতাংশ হ্ৰাস পাইছে৷