Home » photogallery » lifestyle »Gold Price: সোণৰ দাম হ্ৰাস পালে ! বিগত বৰ্ষৰ তুলনাত ১০,২০০ টকা হ্ৰাস, জানক আজি সোণ-ৰূপৰ কিমান দাম ?

Gold Price: সোণৰ দাম হ্ৰাস পালে ! বিগত বৰ্ষৰ তুলনাত ১০,২০০ টকা হ্ৰাস, জানক আজি সোণ-ৰূপৰ কিমান দাম ?

সোণ আৰু ৰূপৰ মূল্য (Gold-Silver Price Today) এই মুহূৰ্তত হ্ৰাস হৈ আছে। যদি আপুনি বজাৰ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে এইটো এটা ভাল সুযোগ। আজি অক্টোবৰৰ বাবে মাল্টি কমোডিটি এক্সচেঞ্জত (MCX) সোণৰ মূল্য ০.১৫ শতাংশ হ্ৰাস পাইছে। ৰূপৰ মূল্য (Silver price) ০.২২ শতাংশ কম দামত ব্যৱসায় কৰি আছে।