আকৌ বাঢ়িল সোণৰ দাম। কেৱল সোণৰে নহয়, ৰূপৰো দাম বাঢ়িছে। photo source collected হুৰা হুৰে বাঢ়িছে সোণৰ দাম। photo source collected সোণৰ দাম ২২৪ টকা বাঢ়ি ৫২ হাজাৰ ৬৭২ টকা প্ৰতি দহ গ্ৰামত।photo source collected সেইদৰে ৰূপৰ দাম প্ৰতি কেজিত ৬২০ টকা বাঢ়ি ৬৯ হাজাৰ ৮৪১ টকা। photo source collected চীনৰ পিছতে ভাৰতত সৰ্বাধিক বেছি সোণ ক্ৰয় কৰা হয়। সোণৰ দাম ৩০ শতাংশৰ ওচৰা ওচৰিকৈ বাঢ়িছে।photo source collected