বুধবাৰ ধৰি একেৰাহে দুদিনে বাঢ়িয়ে আছে সোণ তথা ৰূপৰ মূল্য। মাল্টি কম’ডিটি এক্সচেঞ্জত (MCX) আজি পুৱা প্ৰায় দহ বজাত সোণৰ দহ গ্ৰামত প্ৰায় ১০৭ টকা বাঢ়ি ৪৯৫৫০ টকাত ব্যৱসায় কৰিছে ৷ ৰূপৰ দাম ৩২৪ টকা বাঢ়ি প্রতি কিলোগ্রামত ৬৫১৭৭ টকা হয়গৈ ৷ মঙলবাৰে সোণৰ দাম প্ৰতি ১০ গ্রামত ৪৯৪৪৩ টকাত বন্ধ হয় ৷ আজি বজাৰ খোলে ৪৯৫৬৬ টকাত ৷